Tab Realm

TAB by Song : 284031
A B C D E F G H I J K L M N O P Q R S T U V W X Y Z
Tab List Area
1 Pages 1 Results

Mur Mon Satokor by Jayanta Hazarika


   Mur Mon Satokor



Tuning:E A D G B E
Key:E
Capo:no capo

E            B
মোৰ মন চাতকৰ কণ্ঠই
 
G#m A    B
বৃষ্টি বিচাৰি বিচাৰি যায়
 
E           B
ৰ’দে পোৰা এই মৰুতে
 
G#m  A    B
দৃষ্টিত এটুপি বৃষ্টি নাই
 
E        B
মন চাতকৰ কণ্ঠই বৃষ্টি ...
 
***
Interlude
 
E           B
ধূলি ধোঁৱা মাথো উৰিছে
 
G#m   A    B
ডেউকা ভাগৰি ভাগৰি যায়
 
E           B
বেলি-তৰা ঢাকা মেঘেৰে
 
G#m A   B
লগ্ন, অন্ধ নিৰুপায়
 
E             B
মন চাতকৰ কণ্ঠই বৃষ্টি...
***
 
Interlude
 
A
আজি কোনে পথ দেখুৱায়
 
E
ধূলিৰ ধোঁৱা আঁতৰায়
 
A
যদি যুগে বাট হেৰুৱায়
 
A       E
কণ্ঠ তৃষাত শুকুৱায়
 
B
জীৱন মৰণৰ প্ৰভেদ
 
E      B
একো যে নাই
 
E        B
মন চাতকৰ কণ্ঠই
 
G#m A    B
বৃষ্টি বিচাৰি বিচাৰি যায়
 
E           B
ৰ’দে পোৰা এই মৰুতে
 
G#m  A    B
দৃষ্টিত এটুপি বৃষ্টি নাই
 
E        B
মন চাতকৰ কণ্ঠই বৃষ্টি ...
**
 
Interlude
 
A
চকুৰ লোতকে তৃষা নুগুচায়
 
E
সেউজী বননি নগজায়
 
A
চকুৰ লোতকে তৃষা নুগুচায়
 
E
সেউজী বননি নগজায়
 
B
জীৱন প্ৰেৰণা আনিব
 
E      B
নোৱাৰে, হায়
 
E           B
বতাহ জাকে যে আছে শুই
 
G#m A    B
নিঠৰ জঠৰ ডাৱৰ চাই
 
E           B
চৌদিশে আজি জ্বলে জুই
 
G#m  A    B
প্লাৱন আতুৰ যুগে হায়
 
E            B
মোৰ মন চাতকৰ কণ্ঠই
 
G#m A    B
বৃষ্টি বিচাৰি বিচাৰি যায়




----------